হীৰাক এচিডেৰে গলাব পাৰিনে? হীৰা এডোখৰক কেনেকৈ বিনষ্ট কৰিব পাৰি?

উঃ নোৱাৰি। কেৱল প্ৰচন্ড তাপেৰে।