সোণোৱালী কছাৰীসকলক বাইখ’ পূজা কেইদিনীয়াকৈ পালিত কৰা হয় ?

উত্তৰঃ তিনিদিনীয়াকৈ। এই উৎসৱৰ লগতে সোণোৱাল কছাৰীসকলৰ ‘হায়দাং হুচুৰি’ আৰু বিহুৰ জন্মলগ্ন সাঙুৰ খাই আছে ।