সাগৰৰ ৰিমোৰা নামৰ মাছবিধে কেনেদৰে আহাৰ সংগ্ৰহ কৰে? 11/07/202211/07/2022 Puspa Kakati উঃ সাগৰৰ ৰিমোৰা মাছে মূৰত থকা চোষকৰ সহায়ত হাঙ্গৰ মাছৰ লাগি থাকে আৰু হাঙ্গৰ মাছে গৈ থাকোতে খাদ্য সংগ্রহ কৰে। Post Views: 70