শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্ৰন্থ কেইখন আৰু কি কি ?

উত্তৰঃ চাৰিখন- ১) ভক্তি প্ৰদীপ, ২) ভক্তি ৰত্নাকৰ, ৩) অনাদি পাতন আৰু ৪) নিমি-নৱসিদ্ধ সংবাদ ।