মাধৱদেৱে অসমীয়া পদলৈ ভাঙনি কৰা ‘ভক্তি ৰত্নাৱলী’ নামৰ মূল সংস্কৃত গ্ৰন্থখনৰ ৰচক কোন ?

উত্তৰঃ বাৰাণসীৰ বিষ্ণুপুৰী সন্য়াসী ।