উত্তৰঃ ইম্ফলৰ পৰা প্ৰায় ১৩৩ কিলোমিটাৰ নিলগত অৱস্থিত মাউণ্ট কিষা নামৰ সৰু পাহাৰখনক এ লিট্ল ছেংগ্ৰিলা নামেৰে জনা যায় । এই পাহাৰখনৰ আকৃতি এটা হাতীৰ দৰে । পাহাৰখনত ২০টা কোঠালিৰ এটা গুহা আছে। ১৯৪০ চনত ব্ৰিটিছৰ লগত হোৱা যুদ্ধৰ সময়ত ৰাণী গাইদ’লুৱে সেই গুহাত আত্মগোপন কৰিছিল ।