ভাৰতৰ দ্বিতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?

উঃ ভাস্কৰ।১৯৭৯ চনৰ ৭ জুনত ইয়াক মহাকাশত নিক্ষেপ কৰা হৈছিল।