ভটিমা কি ? ভটিমা কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ ভটিমা এক প্ৰকাৰৰ স্তুতিগীত। ইয়াত ঈশ্বৰ, দেৱ-দেৱী, ৰজা, অন্য়ান্য় বিশিষ্ট ব্য়ক্তি আদিৰ গুণ-গৰিমা বৰ্ণনা কৰা হয়। ভটিমা চাৰি প্ৰকাৰৰ। সেইবোৰ হ’ল- দেৱ ভটিমা, নাট ভটিমা, ৰাজ ভটিমা আৰু গুৰু ভটিমা ।