উঃ জোনাকী পৰুৱাৰ যি পদাৰ্থবিধ জুইৰ দৰে জ্বলে, সেয়া মুঠেই জুই নহয়। ই ‘লুচি ফেৰিণ’ নামৰ এবিধ জৈৱ পদাৰ্থ, ইয়াৰ কোনো তাপ নাই। জোনাকী পৰৱাই তাৰ দেহৰ ভিতৰৰ কেইবাটাও প্ৰক্ৰিয়াৰ সহায়ত সেই পোহৰ জ্বলাব আৰু নুমাব পাৰে।
Question and Answer Solution