চন্দ্ৰত কেতিয়া আৰু কোনে প্ৰথম ভৰি দিছিল?

উঃ ২০ জুলাই, ১৯৬৯ চনত নীল আমষ্ট্ৰং আৰু এলড্ৰিনে প্ৰথমে চন্দ্ৰত ভৰি দিছিল।