‘চজুন’ উৎসৱত কি কি ধৰণৰ ঘৰ নিৰ্মাণ কৰা হয় ?

উত্তৰঃ ‘চজুন’ উৎসৱত অঞ্চলৰ মুৰৰ্বী ‘হাবাই’ আৰু অন্য়াম্য় ‘পিম্পাৰ’সকল (বিষয়ববীয়া) বহিবৰ বাবে ‘হাবে-হামৰেণ’ নামৰ চালিঘৰ, মোমাইহঁতৰ বাবে ‘কুন্তিৰি-হামৰেণ’ নামেৰে চালিঘৰ পূজাথলীত আগদিনাই নিৰ্মাণ কৰে |