কেৰ্কেটুৱালৈ মৰম। Lesson 2 | Class 2 Assamese Chapter 2 Question and Answer | SCERT Class 2 Assamese Lesson 2 Solution |

কেৰ্কেটুৱালৈ মৰম

কেৰ্কেটুৱা কেৰ্কেটুৱা

নাকান্দিবা তুমি,

পোৱাতিটো আনিছিলোঁ

দুখ পাইছে বুলি।

খুৱাই বুৱাই ৰাখিছিলোঁ

মৰম-চেনেহ কৰি,

ঘূৰাই দিছোঁ পোৱালিটো

ৰাখা যতন কৰি।

TYP BY ASHIM BORA