ওৱেডাৰ চেটেলাইট কি? এনেধৰণৰ ছেতলাইট কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উঃ ওৱেডাৰ ছেটেলাইট হ’ল পৃথিৱীৰ সমগ্ৰ ঠাইৰ বতৰৰ আগজাননী দিয়া উপগ্ৰহ। এনে ধৰণৰ ছেটেলাইট প্ৰথম আমেৰিকা যক্তৰাষ্ট্ৰই বনাইছিল।