অধ্যায়ঃ ১০
অসমৰ উতসৱ-অনুষ্ঠান
১। অসমৰ উৎসৱ অনুষ্ঠানসমূহক কি কি প্রধান ভাগত ভাগ কৰা হয় ?
উত্তৰঃ অসমৰ উতসৱ অনুষ্ঠানসমুহক ধৰ্মীয় উতসৱ, কৃষিভিত্তিক উৎসৱ, আৰু সামাজিক উৎসৱ।
২। বহাগ , কাতি আৰু মাঘ বিহুত কৃষক সমাজে কোন কোন দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা আগবঢ়ায় ?
উত্তৰঃ বহাগ, কাতি, আৰু মাঘ বিহুত কৃষক সমাজে সূৰ্য, অগ্নি, পৃথিৱী, আকাশ আদি দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা আগবঢ়ায়।
৩। ভঠেলি উৎসৱক আন কি কি নামেৰে জনা যায় ?
উত্তৰঃভঠেলি উতসৱক আন সৰি বা সুঁৱেৰি, দেউল, বিষুৱা আদি নামেৰে জনা যায়।
৪। বড়াে-কছাৰীসকলৰ মাঘ বিহুৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
৫। বড়ােসকলৰ বৌইছাগু উৎসৱৰ বিষয়ে লিখা ।
উত্তৰঃ
৬। মিচিংসকলৰ আলি – আই – লৃগাং উৎসৱৰ বিষয়ে এটা বিৱৰণ লিখা ।
উত্তৰঃ
৭। অসমৰ চাহ জনগােষ্ঠীৰ উৎসৱৰ বিষয়ে এটা টোকা লিখ ।
উত্তৰঃ
৮। অসমৰ সামাজিক উৎসৱসমূহৰ বিষয়ে এটি বিৱৰণ লিখা ।
উত্তৰঃ
৯। অসমৰ বিভিন্ন কৃষিভিত্তিক উৎসৱৰ বিষয়ে এটা আলােচনা আগবঢ়োৱা ।
উত্তৰঃ