অতি ঠান্ডাত পানীৰ পাইপ কিয় ফাটি যায়?

উঃ ঠাণ্ডাত পানী গোট মাৰি বৰফলৈ ৰূপান্তৰিত হয় আৰু আয়তন বাঢ়ি ফলত পানীৰ পাইপ ফাটি যায়।