X-Ray ক এক ধৰণৰ অদৃশ্য ৰশ্মি বুলি কোৱা হয় কিয়? ইয়াৰ দুটি ধৰ্মৰ কথা উল্লেখ কৰা, যি দৃশ্য ৰশ্মিৰ দৰে?

উঃ X-Ray হৈছে পোহৰৰ দৰে তড়িৎ চুম্বকীয় তৰংগ, যাৰ তৰংগ দৈর্ঘ্য পোহৰৰ দৰে কম আৰু কম্পাংক অদৃশ্য ৰশ্মিৰ দৰে বেছি। সেইবাবে X-Ray ক এর ধৰণৰ অদৃশ্য ৰশ্মি বুলি ক’ব পাৰি। ইয়াৰ ধৰ্ম দুটা হৈছে – (ক) X-Ray সমভাৱে সৰলৰেখাত গমন কৰে। পোহৰৰো এই ধৰ্ম আছে। (খ) X-Ray আৰু পোহৰ দুয়োৰে তড়িৎ চুম্বকীয় তৰংগ আছে।