উত্তৰঃ সোণোৰীয়ে ডুখৰীয়া সোণ কাটিবলৈ ব্য়ৱহাৰ কৰা চোকা চেনি ।
Month: July 2022
সোণোৰীয়ে মণি গঢ়িবলৈ কৰা ম’হৰ শিঙৰ সাঁচক কি বুলি কোৱা হয় ?
উত্তৰঃ খোলনী ।
সোণ পৰীক্ষা কৰা শিলক কি বুলি কোৱা হয় ?
উত্তৰঃ কষটি শিল ।
সোণোৰীয়ে জুইশালৰ আঙঠা ফুৱাবলৈ কি চুঙা ব্য়ৱহাৰ কৰে ?
উত্তৰঃ ফুক্ চুঙা ।