উত্তৰঃ পোন সৰাহ, পাত সৰাহ, আঁকোৰা সৰাহ, বেজীমুখীয়া সৰাহ, গাল সৰাহ, কমাৰী সৰাহ আদি ।
Month: July 2022
নক্ষত্ৰ সৃষ্টিক উল্লেখযোগ্য মৌল কোনটো?
উঃ হাইড্ৰ’জেন।
পিতলৰ শিল্পত ব্য়ৱহাৰ কৰা বিভিন্ন ধৰণৰ হাতুৰী কি ?
উত্তৰঃ পিতলৰ শিল্পত ব্য়ৱহৃত বিভিন্ন ধৰণৰ হাতুৰী হ’ল ক্ৰমে বৰ হাতুৰী, সৰু গৰু, টোপোলা গোছ, পাতমৰা, গোলমোৰা, মাথনি আদি ।
ভাৰতৰ মহাকাশ গৱেষণা শ্ৰীহৰিকোটা বেঞ্জ ক’ত?
উঃ অন্ধ্ৰত।