উত্তৰঃ হেংদাং, তৰোৱাল, সোণীয়া হেংদাং, ৰুণীয়া হেংদাং, চন্দ্ৰহাঁস, দুমুখীয়া তৰোৱাল, দাখৰ আদি ।
Month: July 2022
সৌৰজগতত গ্ৰহাণুপুঞ্জৰ অৱস্থান ক’ত?
উঃ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত।
কোন গ্ৰহক ‘হৰ্ণড্ প্লেনেট’ বা ‘শিং থকা গ্ৰহ’ বোলা হয়?
উঃ ভেনাচ বা শুক্ৰ গ্ৰহ।
পিতলৰ শিল্পত পানী থোৱা কাঠৰ বা মাটিৰ ডাঙৰ পাত্ৰক কি বুলি কোৱা হয় ?
উত্তৰঃ পাউৰা ।