উত্তৰঃ কলাগুৰু বিষ্ণপ্ৰসাদ ৰাভাই ।
Month: July 2022
কাৰ্বিসকলৰ প্ৰধান উপাস্য় দেৱতা কি ?
উত্তৰঃ কাৰ্বিসকলৰ প্ৰধান উপাস্য় দেৱতা হৈছে লাংমিংপ । (হেমকোষ)
কাৰ্বি শব্দটোৰ উৎপত্তি কিদৰে হৈছে ?
উত্তৰঃ কাৰ্বি শব্দটোৰ উৎপত্তি ‘মে আকাৰ কিবি’ৰ পৰা হৈছে বুলি বহুতে ক’ব খোজে। ইয়াৰ অৰ্থ হৈছে জুইৰ শিখা ৰখা। কিছুমান পণ্ডিতৰ মতে আকৌ থেকাৰ কিবিৰ পৰা কাৰ্বি শব্দৰ উৎপত্তি হৈছে ।
পৃথিৱীয়ে প্ৰতি ছেকেন্ডত সূৰ্যৰ পৰা যি শক্তি লাভ কৰে তাৰ পৰিমাণ কিমান?
উঃ ৩.৮x ১০ ৩৩ আৰ্গ।