ডিমাছাসকলৰ বিৰহৰ গীতক কি বুলি কোৱা হয় ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ কৰ্মহাময়ানী ।
ডিমাছাসকলৰ প্ৰেমৰ গীতক কি বুলি কোৱা হয় ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ মাজাং ডীনী ।
ডিমাছাসকলৰ কেইবিধমান গীত কি ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ ডিমাছাসকলৰ কেইবিধমান গীত হৈছে ক্ৰমে হাৰিফা গীত, ডিশ্ৰু গীত, স্নেমডুৰী গীত আমালুঃ, জহায়া গীত আদি ।