Month: July 2022
কাৰ্বি জনগোষ্ঠীৰ একেটা ফৈদৰ লোকসকলক কি বুলি জনা যায় ?
উত্তৰঃ কুৰৰ ।
পৃথিৱীৰ এক বছৰ কিমান দিনত সম্পূৰ্ণ হয়?
উঃ ৩৬৫দিন ৫ ঘন্টা ৪৮ মিনিট ৪৫ চেকেন্ড।
কাৰ্বিসকলৰ এই তিনিটা প্ৰধান ফৈদক আন কেইটা উপ-ফৈদত বিভক্ত কৰা হৈছে ?
উত্তৰঃ পাঁচটা উপ-ফৈদত- ইংতি, টেৰাং, টেৰং, লেকথে, টিমুং ।