উত্তৰঃ কাঠ, বাঁহ আৰু খেৰেৰে চাংঘৰ সাজি আহিছে ।
Month: July 2022
মংগল গ্ৰহই সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোতে কিমান দিন লাগে?
উঃ ৬৮৭ দিন।
কাৰ্বি সমাজত বাল্য় বিবাহ আছেনে ?
উত্তৰঃ নাই ।
কাৰ্বি সমাজত একেটা কুৰৰ যুৱক-যুৱতীৰ মাজত বিবাহ সম্পন্ন হ’ব পাৰেনে ?
উত্তৰঃ নোৱাৰে ।