উত্তৰঃ ৰূকাছেন নামৰ এজন আধ্য়াত্মিক পুৰুষে নংকুলাত এহাজাৰ ঘৰ পৰিয়ালক লৈ প্ৰথমে গাওঁ প্ৰতিষ্ঠা কৰিছিল ।
Month: July 2022
কাৰ্বিসকলৰ মতে কোন দেৱতাৰ বাবে আদাৰ উৎপত্তি হৈছে ?
উত্তৰঃ কাৰ্বিসকলৰ মতে হানছ কেপ্লাঙৰ বাবেই আদাৰ উৎপত্তি হৈছে ।
কাৰ্বিসকলে বাখৰৰ দেৱতা হিচাপে কাক পূজা কৰে ?
উত্তৰঃ কাৰ্বিসকলে বাখৰৰ দেৱতা হিচাপে থাপ কেপ্লাঙক পূজা কৰে ।
সম্প্ৰসাৰণশীল ব্ৰহ্মাণ্ড তত্ত্বৰ পৰীক্ষামূলক প্ৰমাণ কোনে দিছিল?
উঃ হাবল।