Month: July 2022
হেন-উপ-আহি-কেকাঙ উৎসৱত প্ৰস্তত কৰা প্ৰধান খাদ্য়বিধ কি ?
উত্তৰঃ এই উৎসৱত প্ৰস্তত কৰা প্ৰধান খাদ্য়বিধ হৈছে বাঁহৰ গাজৰ খৰিছা ।
কাৰ্বি সমাজত হেন-উপ-আহি-কেকাঙ উৎসৱ কেতিয়া পালন কৰা হয় ?
উত্তৰঃ জেঠ মাহত ।
কাৰ্বি সমাজত ডেকা চাঙক কি বুলি কোৱা হয় ?
উত্তৰঃ কাৰ্বি সমাজত ডেকা চাঙক জিৰছং বুলি কোৱা হয় ।