উত্তৰঃ কাৰ্বি সমাজত বিয়াৰ দিন ঠিক কৰাক আজ আৰণি কেকা বুলি কোৱা হয় ।
Month: July 2022
কাৰ্বি সমাজত বৈবৈহিক প্ৰথাক কি বুলি কোৱা হয় ?
উত্তৰঃ আডাম আছাৰ ।
কাৰ্বি লোকবিশ্বাস অনুসৰি কাৰ্বি সমাজত প্ৰথমে কোনে বৈবাহিক প্ৰথাৰ প্ৰচলন কৰিছিল ?
উত্তৰঃ কাৰ্বি লোকবিশ্বাস অনুসৰি কাৰ্বি সমাজৰ দুগৰাকী গুণী ব্য়ক্তি হাৰলংবি টিমুং আৰু লংবি ইংতিয়ে প্ৰথমে বৈবাহিক প্ৰথাৰ প্ৰচলন কৰিছিল ।
বতৰ কেকুৰ উৎসৱ কেতিয়া অনুষ্ঠিত কৰা হয় ?
উত্তৰঃ প্ৰতি বছৰৰ ১১ মাৰ্চত বতৰ কেকুৰ উৎসৱ অনুষ্ঠিত কৰা হয় ।