চমাংকান নৃত্য় কি ?

উত্তৰঃ কাৰ্বি সমাজত প্ৰচলিত জনবিশ্বাস অনুসৰি হায়া বে নামৰ এজন লোকে সোঁশাৰীৰে ইপুৰী-সিপুৰীলৈ গমন কৰিব পৰা বাবে থিংৰেং ৱাংৰেং নামেৰে জনাজাত হৈ পৰিছিল। থিংৰেং ৱাংৰেং মানে হৈছে মৃত্য়ুৰ পিছতো পৃথিৱীলৈ সোঁশৰীৰে উভতি আহিব পৰা লোক। এই থিংৰেং ৱাংৰেঙেই কাৰ্বি সমাজত Read More …