উত্তৰঃ চমাংকান উৎসৱত কাৰ্বি ডেকা-গাভৰুৱে শৃংখলৰ সৃষ্টি কৰি নিমছ কেৰং নৃত্য় পৰিৱেশন কৰে ।
Month: July 2022
Agarwal, Rashmi (2010). Educational, Vocational guidance and Counselling, Principles, Techniques and programmes. New Delhi: Shipra Publication.
চমাংকান উৎসৱৰ শেষৰ দিনাৰ ৰীতি-নীতি কি ?
উত্তৰঃ চমাংকান উৎসৱৰ শেষৰ দিনা মৃতকৰ অস্থি অৰ্থাৎ আবং কেথন পুনৰ শ্মশানত দাহ কৰা হয় । এই দিনটোক বানজাৰ বেকু হিচাপে অভিহিত কৰা হয় ।
চমাংকান উৎসৱৰ দ্বিতীয় আৰু তৃতীয় দিনা কি পালন কৰা হয় ?
উত্তৰঃ চমাংকান উৎসৱৰ দ্বিতীয় দিনা কানছ (সৰু নাচ) আৰু তৃতীয় দিনা কানপি (বৰ নাচ) পালন কৰা হয় ।