উত্তৰঃ ৰংখেৰ ।
Month: July 2022
কাৰ্বি সংস্কৃতিৰ জাতীয় প্ৰতীক হিচাপে কিহক গণ্য় কৰা হয় ?
উত্তৰঃ কাৰ্বি জনগোষ্ঠীৰ জাতীয় প্ৰতীক হিচাপে জাম্বিলী আথনক গণ্য় কৰা হয় । জাম্বিলী আথন হৈছে বেংৱই গছৰ ডাল কাটি মসৃনকৈ চুচি মাজি লোৱা হয় আৰু তাত বিভিন্ন ৰেখা অংকন কৰা হয় । উক্ত লাঠীৰ শীৰ্ষত ভিংগাছ চৰাই তলত ফেচুজাতীয় চৰাই Read More …
চমাংকান উৎসৱত পৰিৱেশন কৰা সৃষ্টি তত্ত্বমূলক গীতসমূহক কি বুলি কোৱা হয় ?
উত্তৰঃ মচেৰা কেহৰি গীত ।
চমাংকান উৎসৱৰ পৰিৱেশন কৰা আন এবিধ উল্লেখযোগ্য় নৃত্য় কি ?
উত্তৰঃ ঢাল-তাৰোৱাল নৃত্য় অৰ্থাৎ চং কাচিংনাঙ নৃত্য় ।