উত্তৰঃ তিৱাসকলৰ সমাজ মাতৃপ্ৰধান সমাজ ।
Month: July 2022
তিৱাসকলে তিব্বতৰ পৰা আহি ক’ত প্ৰথমে ৰাজ্য় পাৰিছিল ?
উত্তৰঃ তিৱাসকলে তিব্বতৰ পৰা হিমালয়ৰ দক্ষিণ অঞ্চলত হিলালী নামেৰে এখন ৰাজ্য় স্থাপন কৰিছিল আৰু তাৰ পৰাই তেওঁলোকে অঞ্চললৈ প্ৰব্ৰজন কৰিছিল ।
Kochhar, S. K. (2010). Educational and vocational guidance in secondary schools.
New Delhi: Starling Publishers Pvt. Ltd.
তিৱাসকলে লুইতক কি বুলি কয় ?
উত্তৰঃ লেও-তি ।