উত্তৰঃ বড়ো জনগোষ্ঠীৰ লোকসকল মংগোলীয় গোষ্ঠীৰ তিব্বতবৰ্মী মূলৰ লোক ।
Month: July 2022
Manoharan, P. K. (2008). Education and Personality Development. New Delhi: APH Publishing Corporation.
তিৱাসকলে ডিঙা দিয়া পূজা গাঁৱৰ কোনটো কোণত অনুষ্ঠিত কৰে ?
উত্তৰঃ পূব কোণত ।
তিৱা সমাজত প্ৰচলিত কেইবিধমান বাদ্য়যন্ত্ৰ কি ?
উত্তৰঃ তিৱা সমাজত প্ৰচলিত কেইবিধমান বাদ্য়যন্ত্ৰ হৈছে খ্ৰাম, খ্ৰামবাৰ, টুম্বাং, থোৰাং, পাংচি, গগণা, টোকাৰী আদি ।