উত্তৰঃ মাইনাও দেৱী হৈছে সম্পদৰ অধিষ্ঠাত্ৰী দেৱী ।
Month: July 2022
বড়োসকলে প্ৰাকৃতিক দুৰ্যোগ অথবা অপায় অমংগলৰ পৰা ৰক্ষা পাবলৈ কি দেৱীক পূজা কৰে ?
উত্তৰঃ মাইনাও ।
বড়ো জনগোষ্ঠীসকলৰ বিয়া নামৰ এফাঁকি কেনেধৰণৰ ?
উত্তৰঃ বড়ো জনগোষ্ঠীৰ লোকসকলে বিয়াৰ সময়ত পৰিৱেশন কৰা গীতৰ এফাঁকি এনেধৰণৰ- “জয় দহনি হলায় বায় বৰ থৈনা অংখাৰ বায় জয় জয় বেংনা নৈ খুঅৰাখ চিদিংবায়।”
বড়ো জনগোষ্ঠীৰ লোকসকলৰ পৰম আৰাধ্য় দেৱতাক কি বুলি কোৱা হয় ?
উত্তৰঃ বাথৌ ব্ৰাই ।