Month: July 2022
এবিধ মাছৰ জন্ম হয় সাগৰত; কিন্ত ই পুখুৰী, সৰোবৰ আদিতহে জীৱন কটায়।মাছবিধৰ নাম কি?
উঃ ইউৰোপিয়ান ঈল্ মাছ।
Abdul Kalam, A. P. J. (1998). India 2020, A Vision for the New Millennium. Penguin Books India Ltd.
মিচিংসকলৰ উৎসৱ আলি-আয়ে-লৃগাঙৰ অৰ্থ কি ?
উত্তৰঃ মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাঙৰ অৰ্থ হৈছে আলি মানে শস্য়ৰ বীজ বা কঠীয়া, অয়ে মানে ফল আৰু লৃগাং মানে আৰম্ভণি হোৱা ।