উত্তৰঃ মাঘী পূৰ্ণিমাৰ দিনা বৌদ্ধধৰ্মী টাইসকলে মেজি সাজি জ্বলায়।
Question and Answer Solution
উত্তৰঃ মাঘী পূৰ্ণিমাৰ দিনা বৌদ্ধধৰ্মী টাইসকলে মেজি সাজি জ্বলায়।
উত্তৰঃ মাইকুচুফ্ৰাইৰ অৰ্থ মাই মানে-খৰি, কু মানে-জাপি থোৱা দ’ম, চুম মানে-সংযোগ কৰা আৰু ফ্ৰাই মানে-জুই। দ’ম কৰি জাপি থোৱা খৰিত অগ্নি সংযোগ কৰা।
উত্তৰঃ মাইকুচুমফ্ৰাই মাঘ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।
উত্তৰঃ মাইকুচুমফ্ৰাই মাঘ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় ।