উত্তৰঃ দৌদিনী ।
Question and Answer Solution
উত্তৰঃ দৌদিনী ।
উত্তৰঃ খেৰাই উৎসৱত বছৰত দুবাৰ পালন কৰা হয় যদিও খেতি চপোৱাৰ পিছত অৰ্থাৎ পুহ-মাঘ মাহত খেৰাই পূজাৰ সাৰ্বজনীনভাৱে কৰা হয় ।
উত্তৰঃ বড়োসকলৰ ধৰ্মীয় নৃত্য় খেৰাইৰ অৰ্থ হৈছে খে মানে আঠু লোৱা, ৰা মানে প্ৰাৰ্থনা কৰা আৰু ই মানে ঈশ্বৰ ।