কাৰেঙৰ নাচনী নাচ কোনে অনুষ্ঠিত কৰিছিল ? Posted on 29/07/202229/07/2022 by Puspa Kakati উত্তৰঃ আহোম ৰজাসকলে ।
কাৰ্বিসকলৰ কৃষিভিত্তিক উৎসৱ ঙাছা-কেকাঙত কি নৃত্য় পৰিৱেশন কৰা হয় ? Posted on 29/07/202229/07/2022 by Puspa Kakati উত্তৰঃ হাছা-কেকাং নৃত্য় ।
বায়ুখ উৎসৱত কি গীত গোৱা হয় ? Posted on 29/07/202229/07/2022 by Puspa Kakati উত্তৰঃ বায়ুখ উৎসৱত ছাথাৰ গীত গোৱা হয় ।
ৰাভা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ বসন্ত উৎসৱ বায়ুখত কি নৃত্য় পৰিৱেশন কৰা হয় ? Posted on 29/07/202229/07/2022 by Puspa Kakati উত্তৰঃ হয়মাৰু নৃত্য় ।