Taj, Haseen (2011). Current Challenges in Education. Hyderabad: Neelkamal Publications Pvt. Ltd. Posted on 29/07/202229/07/2022 by Puspa Kakati
দেৱদাসী নৃত্য় ক’ত প্ৰচলন আছিল ? Posted on 29/07/202229/07/2022 by Puspa Kakati উত্তৰঃ দেৱদাসী নৃত্য় প্ৰাচীন অসমৰ দেৱালয়সমূহত প্ৰচলন আছিল ।
চাহ জনগোষ্ঠীৰ প্ৰধান উৎসৱ কৰম পূজা কেতিয়া অনুষ্ঠিত হয় ? Posted on 29/07/202229/07/2022 by Puspa Kakati উত্তৰঃ ভাদৰ মাহৰ শুক্লা একাদশী তিথিত ।
ঝুমুৰ নৃত্য় কোনে পৰিৱেশন কৰে ? Posted on 29/07/202229/07/2022 by Puspa Kakati উত্তৰঃ চাহ জনজাতিৰ লোকসকলে ।