বৌদ্ধধৰ্মী টাই লোকসকলৰ উপাসনা স্থলীক কি বুলি কোৱা হয় ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ বৌদ্ধ বাপুচাং ।
বৌদ্ধধৰ্মী টাইসকলে খোৱা লগভাতক কি বুলি কোৱা হয় ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ খাওয়া কুক্।
বৌদ্ধধৰ্মী টাইসকলৰ নৃত্য়সমূহ কি ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ চাওআংলং, কা-নাংৱেন, কামে বি আদি। এই নৃত্য়সমূহৰ সম্প্ৰতি বিলুপ্তিৰ গৰ্ভত ।
বৌদ্ধধৰ্মী টাইসকলে মেজিক কি বুলি কয় ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ বৌদ্ধধৰ্মী টাইসকলে মেজিক মাইকু বুলি কয় ।