অধ্যায়ঃ ১৪ বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ 1 . শুদ্ধ উত্তৰটো বাছি উলিওৱা : ( a ) বতাহৰ দিশ নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যতনটোৰ নাম ( i ) এনেম’মিটাৰ ( i ) উইণ্ড ভেন ( iii ) বেৰ’মিটাৰ ( iv ) থার্ম’মিটাৰ উত্তৰঃ ( i ) উইণ্ড ভেন ( b ) বতাহৰ দ্ৰুতি নির্ণয় কৰিবলৈ ব্যৱহাৰ…