উত্তৰঃ অসমত মহাপুৰুষ মাধৱদেৱে নামঘৰ সত্ৰসমূহত প্ৰথমে চালি নৃত্য়ৰ প্ৰৱৰ্তন কৰিছিল ।
Question and Answer Solution
উত্তৰঃ অসমত মহাপুৰুষ মাধৱদেৱে নামঘৰ সত্ৰসমূহত প্ৰথমে চালি নৃত্য়ৰ প্ৰৱৰ্তন কৰিছিল ।
উত্তৰঃ প্ৰবাদ অনুসৰি শ্ৰীকৃষ্ণই গৰু চৰোৱা সময়ত যি নৃত্য় কৰিছিল সেয়াই চালি নৃত্য়। আন একাংশৰ মতে ম’ৰা চৰায়ে চালি ধৰিলে যেনে দেখি ঠিক তেনে ৰূপতে কৰা নৃত্য়ই হৈছে চালি নৃত্য় ।
উত্তৰঃ কমলাবাৰী, জৰাবাৰী, বেলগুৰী আদি সত্ৰত ঝুমুৰা নৃত্য়ৰ প্ৰচলন আছে ।
উত্তৰঃ ঝুমুৰা নৃত্য়ক তিনিটা ভাগত ভগাব পাৰি। সেইবোৰ হৈছে ক্ৰমে- ৰামদানী, গীতৰ নাচ আৰু থেলা নাচ ।