উত্তৰঃ সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত ভোৰতাল নৃত্য়ত অংশগ্ৰহণ কৰাসকলে থিয় হৈ সত্ৰীয়া নৃত্য়ৰ বিভিন্ন মুদ্ৰা ভোৰতাল বজাই পৰিৱেশন কৰে ।
Question and Answer Solution
উত্তৰঃ সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত ভোৰতাল নৃত্য়ত অংশগ্ৰহণ কৰাসকলে থিয় হৈ সত্ৰীয়া নৃত্য়ৰ বিভিন্ন মুদ্ৰা ভোৰতাল বজাই পৰিৱেশন কৰে ।
উত্তৰঃ শংকৰী যুগৰো আগতে ঢুলীয়াক ঘাই ঢুলীয়া আৰু তেওঁৰ পিছত অৱস্থান কৰা ঢুলীয়াসকলক পালি ঢুলীয়া বুলি কোৱা হয় ।
উত্তৰঃ দশাৱতাৰ নৃত্য়ত বিষ্ণুৰ দহটা ৰূপ ক্ৰমে- মৎস্য়, কুৰ্ম, নৰসিংহ, বামণ পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ আৰু কল্কি ।
উত্তৰঃ চালি নৃত্য়ৰ আৰম্ভণিতে বজোৱা তাল-খোলৰ শব্দক ৰামদানী বুলি কোৱা হয় ।