উত্তৰঃ ফুঁ দি বজোৱা বাদ্য়সমূহৰ ভিতৰত অন্য়তম বাদ্য় হৈছে বাঁহী, পেঁপা, গগণা, কালী, শিঙা, শংখ , সুতুলি আদি।
Question and Answer Solution
উত্তৰঃ ফুঁ দি বজোৱা বাদ্য়সমূহৰ ভিতৰত অন্য়তম বাদ্য় হৈছে বাঁহী, পেঁপা, গগণা, কালী, শিঙা, শংখ , সুতুলি আদি।
উত্তৰঃ অসমৰ লোকবাদ্য়সমূহক প্ৰধানতঃ ফুঁ দি বজোৱা যন্ত্ৰ, তাঁৰৰ যন্ত্ৰ, ঘাত যন্ত্ৰ আদি ভাগত ভগাব পাৰি ।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে ।
উত্তৰঃ প্ৰবাদ অনুসৰি দ্বাপৰ যুগত বলি ৰজাই দৈত্য়সকলক হৰিনাম গোৱাৰ বাবে বীৰনাম বা থিয়নামৰ প্ৰচলন কৰিছিল ।