হিন্দু ধৰ্মৰ লোকসকলৰ মতে খেৰাই দেৱী কোন দেৱীৰ অৱতাৰ ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ পাৰ্বতী বা গৌৰী।
ত্ৰিপুৰাৰ জনগোষ্ঠীয় লোকসকলে খেৰাই দেৱীক কি বুলি কয় ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ গেৰোই দেৱী ।
খেৰাই কিহৰ অধিষ্ঠাত্ৰী দেৱী ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ খেৰাই হৈছে বতাহ, বৰষুণ, অতিবৃষ্টি, অনাবৃষ্টি আদি প্ৰাকৃতিক কাৰ্যসমূহৰ দেৱী ।