উত্তৰঃ বিভিন্ন ধৰণৰ তাল হৈছে- ৰামতাল, ভোৰতাল, খুটিতাল, পাতিতাল আদি ।
Question and Answer Solution
উত্তৰঃ বিভিন্ন ধৰণৰ তাল হৈছে- ৰামতাল, ভোৰতাল, খুটিতাল, পাতিতাল আদি ।
উত্তৰঃ অসমীয়া সমাজত প্ৰচলিত কেইবিধমান ঘাত যন্ত্ৰ হৈছে- তাল, কাঁহ, ঘন্টা আদি।
উত্তৰঃ প্ৰায় একেজাতীয় দুটা অংশৰ সংঘৰ্ষৰ ফলত যি সাংগীতিক শব্দৰ সৃষ্টি হয় তাকেই ঘাত যন্ত্ৰ বোলা হয় ।