দিহা নাম বা টোকাৰী গীতৰ লগত কি বজোৱা হয় Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ খঞ্জুৰী ।
বিহু মাৰোতে বিহুৰ ঢোলৰ ছেৱত কি তাল বজোৱা হয় ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ খুটিতাল ।
গায়ন গাওতে খোল বা মৃদংগৰ লগত কি তাল বজোৱা হয় ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ গায়ন গাওতে খোল বা মৃদংগৰ লগত পাতিতাল বজোৱা হয় ।
ভোৰতালৰ আন এটা নাম কি ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ ভোৰতালৰ আন এটা নাম হৈছে ভোটতাল ।