উত্তৰঃ ঢোল, মাদল, দবা, দমা, দামামা, কোহল, খোল, কাহাৰি, ডংকা, ডিণ্ডিম, দুন্দুভি, জয়ডংকা, নাগাৰা, মৃদংগ, পাখোৱাজ আদি।
Question and Answer Solution
উত্তৰঃ ঢোল, মাদল, দবা, দমা, দামামা, কোহল, খোল, কাহাৰি, ডংকা, ডিণ্ডিম, দুন্দুভি, জয়ডংকা, নাগাৰা, মৃদংগ, পাখোৱাজ আদি।
উত্তৰঃ নেপুৰ বা গাজোপ ।
উত্তৰঃ জুনুকা ।
উত্তৰঃ নৃত্য় পৰিৱেশন সময়ত কঁকালত পৰিধান কৰা সৰু ঘন্টাবোৰক কিংকিনী বুলি কোৱা হয় ।