(Author) Aggarwal J.C. (1989): Educational and Vocational Guidance and Counselling. New Delhi: Doaba House. Posted on 30/07/202230/07/2022 by Puspa Kakati
বড়োসকলে বজোৱা বাঁহীক কি বুলি কোৱা হয় ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ বড়োসকলে বজোৱা বাঁহীক চিফুং বুলি কোৱা হয় ।
বায়ু যন্ত্ৰ কাক বোলে ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ মুখেৰে ফু দি বজোৱা যন্ত্ৰক বায়ুযন্ত্ৰ বোলে। তেনে যন্ত্ৰসমূহৰ ভিতৰত বাঁহী, পেপা, শিঙা, কালি, শংখ, সুতুলি আদি ।
চাহ শ্ৰমিকসকলে ঝুমুৰ নৃত্য় কৰোতে কি বাদ্য় বজায় ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ মাদল ।