উত্তৰঃ ৰণৰ সময়ত ৰণশিঙা বজোৱা হয় আৰু বিপদৰ সময়ত খং শিঙা বজাই মানুহক সাৱধান কৰা হয় ।
Question and Answer Solution
উত্তৰঃ ৰণৰ সময়ত ৰণশিঙা বজোৱা হয় আৰু বিপদৰ সময়ত খং শিঙা বজাই মানুহক সাৱধান কৰা হয় ।
উত্তৰঃ ম’হৰ শিঙেৰে ।
উত্তৰঃ পেঁপা ম’হৰ শিঙেৰে তৈয়াৰ কৰা হয় ।
উত্তৰঃ বাঁহী প্ৰধানকৈ বাঁহেৰে তৈয়াৰ কৰা হয়। বাঁহৰ নলাত বিন্ধা কৰি তাত ফু দি সুন্দৰ সুৰৰ মূৰ্ছনা তোলা হয় ।