উত্তৰঃ তাঁৰৰ দ্বাৰা শব্দ উলিয়াই বজোৱা লোকবাদ্য় হৈছে তাঁৰৰ বাদ্য় ।
Question and Answer Solution
উত্তৰঃ তাঁৰৰ দ্বাৰা শব্দ উলিয়াই বজোৱা লোকবাদ্য় হৈছে তাঁৰৰ বাদ্য় ।
উত্তৰঃ পোৰা মাটিৰে নিৰ্মাণ কৰা এবিধ সৰু বাদ্য় হৈছে সুতুলি। এই বাদ্য় মুখেৰে ফু দি বজোৱা হয় ।
উত্তৰঃ কালী আৰু চানাই কাঠেৰে তৈয়াৰ কৰা হয় আৰু এই দুবিধ বাদ্য় ফু দি বজোৱা হয় ।
উত্তৰঃ গগণা বাঁহেৰে তৈয়াৰ কৰা হয় ।