উত্তৰঃ ভেৰী হৈছে ধাতুৰে নিৰ্মিত এবিধ বাদ্য় যন্ত্ৰ। বড়ো আৰু ৰাভা জনগোষ্ঠীৰ লোকৰ মাজত এইবিধ বাদ্য়ৰ প্ৰচলন বেছি ।
Question and Answer Solution
উত্তৰঃ ভেৰী হৈছে ধাতুৰে নিৰ্মিত এবিধ বাদ্য় যন্ত্ৰ। বড়ো আৰু ৰাভা জনগোষ্ঠীৰ লোকৰ মাজত এইবিধ বাদ্য়ৰ প্ৰচলন বেছি ।
উত্তৰঃ লাওৰ খোলা বা কাঠৰ খোলা বনাই তাৰ মাজত এডাল জৰী লগোৱা হয়। এই জৰীত কাঠৰ এটি সৰু টুকুৰা লৈ জৰীডাল টানি লহৰী বজোৱা হয় ।
উত্তৰঃ জাতিলাওৰ খোলা বা কাঠৰ খোলাৰ এটা মূৰত বিন্ধা কৰি প্ৰতিটো বিন্ধাত একোডালকৈ বাঁহৰ শলা সুমুৱাই মুগা সূতাৰ টান জৰি বান্ধি টোকাৰী সজা হয় ।
উত্তৰঃ কেইবিধমান তাঁৰৰ বাদ্য় হৈছে টোকাৰী, বীণ বা বীণা, লহৰী ।